Saturday 13 September 2014

এজাক বৰষুণ ...


গছৰ জীৰ্ণ পাতবোৰক জিপাল
কৰি তুলিবলৈ ..
মৰহি যোৱা ফুলৰ সুবাস তুলিবলৈ ..
মাটিৰ কেচা গোন্ধৰ প্ৰাণ সঞ্চাৰ
কৰিবলৈ ..
কৃষকৰ মুখত সুখৰ হাঁহি বিৰিঙাবলৈ ..
শৰতত শেৱালী ফুলাৰ বতৰা লৈ ..

No comments:

Post a Comment