Thursday 18 September 2014

Welcoming Autumn..

শৰতৰ আগমন..
নিয়ৰৰ দলিচাত তলসৰা শেৱালীৰ
আমোলমোল সুবাস...
ৰিব ৰিব মলয়াৰ পৰশত নৈৰ পাৰত
কহুৱাৰ নাচোন...
পথাৰ ভৰা শইচ দেখি আপ্লুত
হোৱা কৃষকৰ ৰেহৰূপ..
খনিকৰৰ হাতৰ পৰশত প্ৰাণ পাই
উঠা মহিষমৰ্দিনী দুৰ্গাৰ মৃন্ময়
মুৰ্ত্তি...
ফাচীবজাৰত লানি নিচিগা ভিৰ,
যান-যঁট...
উন্মাদ কবিৰ শৰতৰ
প্ৰতি থকা 'বিশেষ' অনুৰাগ ...
ইত্যাদিৰ পৰা অনুমান কৰিব
পাৰি যে এয়া উৎসৱৰ বতৰ, আনন্দ
উল্লাস কৰাৰ বতৰ ৷
my heartyest welcome to the
season of Autumn ..

No comments:

Post a Comment